Home ৰাজ্যBPFৰ অধিবেশনলৈ আহিব বলিউডৰ কণ্ঠশিল্পী, উন্নয়নতহে গুৰুত্ব দিয়াৰ আহ্বান ৰাইজৰ

BPFৰ অধিবেশনলৈ আহিব বলিউডৰ কণ্ঠশিল্পী, উন্নয়নতহে গুৰুত্ব দিয়াৰ আহ্বান ৰাইজৰ

by News Desk
64 views
A+A-
Reset

newsnextone.com | গোৰেশ্বৰঃ ৰাজ্য চৰকাৰে ৰাজকোষৰ কোটি কোটি উদং কৰি নমামি উৎসৱৰ আয়োজন কৰাৰ সময়ত যেনেদৰে প্ৰস্তুতি চলিছিল থিক তেনেদৰে প্ৰস্তুতি চলিছে বিটিএডিত৷ বিটিএডিত নমামি উৎসৱ নহয় বিটিএডিৰ শাসকীয় দল বিপিএফৰ অধিবেশনৰ বাবেহে ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে৷ এইবালি অহা ১২ মে’ত দিনজোৰা কাৰ্যসূচীৰে বিটিএডিৰ বাক্সা জিলাৰ গোৰেশ্বৰৰ শুক্লাইত অনুষ্ঠিত হ’ব অধিবেশন৷ 

বড়োলেণ্ড পিপুলচ পাৰ্টী চমুকৈ বিপিএফৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় অভিৱৰ্তনৰ বাবে ভাৰত-ভূটান সীমান্তত শ-শ লোক এতিয়া ব্যস্ত৷ বিশাল মঞ্চ, ৰভা, খাদ্য গৃহ সাজু কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ শুক্লাই চেন্ট্ৰেল ষ্টেডিয়ামত ১২ মে’ দিনজোৰা অনুষ্ঠিত হ’ব লগা কাৰ্যসূচীত নিশা অনুষ্ঠান পৰিৱেশন কৰিব বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চানে। ইয়াকে লৈ সমগ্ৰ জিলাখনতে অভিৱৰ্তন উপলক্ষে বিপিএফৰ নেতা-কৰ্মী উৎসাহিত হৈ পৰিছে৷ শুক্লাই চেৰফাং সমষ্টিৰ জিএম তথা বিটিচিৰ ইএম গনেশ কছাৰীক সভাপতি আৰু জীনাৰাম বড়োক সম্পাদক হিচাপে লৈ এখনি শক্তিশালী পৰিচালনা সমিতি গঠন কৰা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0