57
newsnextone.com | সোণাৰিঃ চৰাইদেউ জিলাৰ নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত হাতী কেম্পত শনিবাৰে পুৱা আৰক্ষীয়ে অভিযান চলাই অস্ত্ৰ ব্যৱসায়ীৰ দল এটাক আটক কৰিবলৈ সক্ষম হয়৷ জানিব পাৰ মতে, বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে পুৱাই অস্ত্ৰ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই৷
আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে এটি তিনিজনীয়া দলৰ মুখামুখি হয় আৰক্ষী৷ দলটোৱে আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে৷ আৰক্ষীয়ে প্ৰত্যুত্তৰত প্ৰায় ২০ জাই গুলীচালনে কৰে৷