51
newsnextone.com | ডিব্ৰুগড়ঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷
বিধেয়কখনৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল বীৰ লাচিত সেনাৰ নেতৃত্বত চাবুৱাৰ সচেতন নাগৰিক সমাজ৷ বিধেয়কখন বাতিলৰ দাবীত চাবুৱাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সমীপত গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে৷