Home ৰাজ্যডুমডুমাৰ হত্যাকাণ্ড, মহিলা-শিক্ষক সহ ৬গৰাকীক আটক, শিক্ষকে যোগান ধৰিছিল পিষ্টল

ডুমডুমাৰ হত্যাকাণ্ড, মহিলা-শিক্ষক সহ ৬গৰাকীক আটক, শিক্ষকে যোগান ধৰিছিল পিষ্টল

by News Desk
54 views
A+A-
Reset

newsnextone.com | কাকপথাৰঃ তিনিচুকীয়া জিলাৰ জনগণে জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ শংকিত হৈ পৰিছে। ২০১৮ বৰ্ষ আৰম্ভ হোৱাৰ পৰাই এতিয়ালৈ অপহৰণ, ট্ৰাক-ডাম্পাৰত অগ্নিসংযোগ, পিত-পুত্ৰক গুলীয়াই হত্যা, সংঘৰ্ষত আৰক্ষী বিষয়াৰ মৃত্যুৰ ঘটনাৰ লগতে দুদিন পূৰ্বে এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত দুজন লোকক গুলীয়াই হত্যা কৰে দুৰ্বত্তই। অসম-অৰুণাচল সীমান্তৰ জিলাখনত নিতৌ হত্যা-হিসাৰ দৰে ঘটনা সংঘটিত হৈ অহাত ৰাইজ আতংকিত হৈ পৰিছে। 

ৰাজ্য চৰকাৰে অসমলৈ শান্তি অহা বুলি দাবী কৰিলেও ৰাইজে এতিয়া জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ চিন্তাত দিন পাৰ কৰিছে। প্ৰতিদিনে সংঘটিত হৈ অহা ঘটনাই বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পৰিছে। ছাত্ৰ-ছাত্ৰীৰ শিক্ষা, ব্যৱসায় আদিত ব্যাপক প্ৰভাৱ পৰিছে।   

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0