Home দেশপাটনাৰ বোধগয়া বোমা বিস্ফোৰণ কাণ্ডৰ শুনানি, অভিযুক্ত ৫

পাটনাৰ বোধগয়া বোমা বিস্ফোৰণ কাণ্ডৰ শুনানি, অভিযুক্ত ৫

by News Desk
68 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ পাটনাৰ এনআইএৰ বিশেষ আদালতে শুকুৰবাৰে ২০১৩ চনত বোধগয়া চিৰিয়েল বোমা বিস্ফোৰণ কাণ্ডত জড়িত ৫ গৰাকী ভাৰতীয় মুজাহিদিন সন্ত্ৰাসবাদীক দোষী সাব্যস্ত কৰে৷ ২০১৩ চনৰ বোমা বিস্ফোৰণত এগৰাকী তীব্বতি বৌদ্ধ বিক্ষুক আৰু এগৰাকী পৰ্যটক নিহত হৈছিল৷

ন্যায়াধীশ মনোজ কুমাৰে বোধগয়াত এটি বৌদ্ধ মন্দিৰত ৭ জুলাই, ২০১৩ত সংঘটিত হোৱা বোমা বিস্ফোৰণ কাণ্ডৰ সৈতে জড়িত ভাৰতীয় মুজাহিদীনৰ হাইদৰ আলি ওৰফে ব্লেক বিউটি, ইমতিয়াজ আনচাৰী, ওমৰ চিদ্দিকী, আজাহৰুদ্দিন কুৰেশ্বি আৰু মুজিবুল্লাহ আনচাৰি নামৰ সন্ত্ৰাসবাদী কেইজনক দোষী সাব্যস্ত কৰে৷ অভিযুক্তসকলক আদালতে ৩১ মে’ বৃহস্পতিবাৰে শাস্তি ঘোষণা কৰিব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0