Home ৰাজ্যপ্ৰথম দহগৰাকীৰ ভিতৰত স্থান লাভ কৰি নলবাৰীক গৌৰাৱান্বিত কৰিলে প্ৰিটপল, দেৱাশীষ, স্নেহাশিষে

প্ৰথম দহগৰাকীৰ ভিতৰত স্থান লাভ কৰি নলবাৰীক গৌৰাৱান্বিত কৰিলে প্ৰিটপল, দেৱাশীষ, স্নেহাশিষে

by News Desk
51 views
A+A-
Reset

newsnextone.com | নলবাৰীঃ ৰাজ্যৰ বিভিন্ন জিলাৰ দৰেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পিছতে স্থানপ্ৰাপ্তক লৈ আনন্দ উছাহ অব্যাহত আছে নলবাৰী জিলাত৷ শিক্ষাৰ ক্ষেত্ৰত সদায় আগবঢ়া জিলাত খনত এইবেলি তিনিগৰাকী মেধা ছাত্ৰই শীৰ্ষৰ দহগৰাকীৰ ভিতৰত স্থান দখল কৰিছে৷ 

শুকুৰবাৰে ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ আন কেইবাখনো জিলাৰ দৰেই নলবাৰী জিলাৰ তিনিগৰাকী ছাত্ৰই প্ৰথম দহগৰাকীৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হয়৷ জিলা খনৰ প্ৰিটপল বেজবৰুৱা, দেৱাশীষ ভৰদ্বাজ আৰু স্নেহাশিষ গুপ্তা দত্তই স্থান লাভ কৰে৷ যাৰ ফলত গৌৰাৱান্বিত হৈ পৰিছে জিলাবাসী য়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0