58
newsnextone.com | ধেমাজিঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ ৰাইজক শংকিট নহবলৈ কৈ আহিলেও অসমৰ আশ্বস্ত হ’ব পৰা নাই অসমৰ ৰাইজ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিয়ে অসম বিৰোধী কোনো কাম নকৰে বুলি কলেও ৰাইজ আজিও বাংলাদেশী সংস্থাপনক লৈ শংকাৰ মাজত দিন পাৰ কৰিছে৷ যাৰ ফলত আজিও ৰাজ্যত প্ৰতিদিনে প্ৰতিবাদ অব্যাহত আছে৷
