Home ৰাজ্যবড়ো মাধ্যম সমস্যাৰে জৰ্জৰিত, ১২ কৃতী ছাত্ৰক এবছুৰ ‘কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা’

বড়ো মাধ্যম সমস্যাৰে জৰ্জৰিত, ১২ কৃতী ছাত্ৰক এবছুৰ ‘কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা’

by News Desk
55 views
A+A-
Reset

newsnextone.com | কোকৰাঝাৰঃ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিটিএডিৰ সদৰ জিলা কোকৰাঝাৰ জিলাৰ এগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম দহগৰাকীৰ ভিতৰত স্থান লাভ নকৰিলেও জিলা খনৰ সামগ্ৰীক ভাবে ফলাফল আশাজনক নাছিল৷ কোকৰাঝাৰ জিলাৰ পৰা ৯৭৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ ইয়াৰে ১১৩৫গৰাকীয়ে প্ৰথম বিভাগ, ২৫৪৫গৰাকীয়ে দ্বিতীয় আৰু ১৬৪০ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ৷ মুঠ ৫৩২০ গৰাকী উত্তীৰ্ণ হয়৷ জিলা খনত ৫৪.২১ শতাংশ উত্তীৰ্ণ হয়৷ 

তাৰ মাজতে বড়ো মাধ্যমৰ পৰা উত্তীৰ্ণ হোৱা শীৰ্ষ দহ স্থান প্ৰাপ্ত ১২গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক ‘কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা’ প্ৰদান কৰা হ’ব বুলি এবছুই ঘোষণা কৰিছে৷ শনিবাৰে বিয়লি কোকৰাঝাৰ চহৰৰ এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউছত আয়োজিত এক সংবাদমেলত এবছুৰ কেন্দ্ৰীয় শিক্ষা সচিব কাষ্টম বসুমতাৰীয়ে  এই কথা ঘোষণা কৰি অহা ৪ জুনত কোকৰাঝাৰস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত এক আদৰণি সমাৰোহৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ পৰা উত্তীৰ্ণ হোৱা শীৰ্ষ দহটা স্থানৰ ১২গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বটাঁ প্ৰদান কৰিব বুলি সদৰী কৰিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0