newsnextone.com | শুক্লাইঃ হাতী-মানুহৰ সংঘাত এতিয়া পৰিচিত সমস্যা হৈ পৰিছে ৰাজ্যবাসীৰ বাবে৷ পূৰ্বৰ আৰু এতিয়াৰ চৰকাৰ খনে হাতীৰ জাকৰ পৰা পাহাৰৰ সমীপৰ গাঁও সমূহ জনসাধাৰণক ৰক্ষা কৰিবৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত বছৰি ৰেইবা শ লোকৰ মৃত্যু হয়৷
খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্য হাতীয়ে ৰাজ্যৰ বিভিন্ন স্থানত উপদ্ৰৱ চলাই অহাৰ লগতে মানুহৰ প্ৰাণ লৈ আহিছে৷ যাৰ ফলত ৰাজ্যৰ বাজাৰ হাজাৰ পৰিয়াল নিৰাপত্তাহীনতাত ভূগি আহিছে৷