Home ৰাজ্যঅসম-অৰুণাচল সীমান্তৰ সোণজানত জোঁৰ সমদল, বিধেয়ক বাতিলৰ দাবী

অসম-অৰুণাচল সীমান্তৰ সোণজানত জোঁৰ সমদল, বিধেয়ক বাতিলৰ দাবী

by News Desk
57 views
A+A-
Reset

newsnextone.com | তিনিচুকীয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত আজিও অব্যাহত আছে প্ৰতিবাদ৷ শংকিত উজনি-নামনিৰ অসমীয়াই জাতি ৰক্ষাৰ স্বাৰ্থত প্ৰতিদিনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ এতিয়া প্ৰতিদিনে ৰাইজ ৰাপপথলৈ ওলাই আহি অসম ধ্বংকাৰী বিধেয়ক বাতিল কৰাৰ দাবী জনাই আহিছে৷

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ সোণজানত বৃহৎ জোঁৰ সমদল উলিয়াই শুকুৰবাৰে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে৷ সোণজানৰ পৰা ডিৰাক গেটলৈ বিশাল জোঁৰ সমদল উলিয়াই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিৰাক আঞ্চলিক সমিতিয়ে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0