Home ৰাজ্যমহিলাসকল উচ্চ শিক্ষাৰে শিক্ষিত হলেহে গ্ৰাম্য অঞ্চলৰ পৰিৱৰ্তন হ’ব

মহিলাসকল উচ্চ শিক্ষাৰে শিক্ষিত হলেহে গ্ৰাম্য অঞ্চলৰ পৰিৱৰ্তন হ’ব

by News Desk
62 views
A+A-
Reset

newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত আলিটাঙনী, ধিঙগাঁও, কান্ধলীমাৰী, জাৰামাৰী, লাঙীয়া, আদি অঞ্চলৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক কংগ্ৰেছৰ এটা সজাতি দলে ঘৰে ঘৰে গৈ সম্বৰ্ধনা যাচে৷ কংগ্ৰেছৰ যুৱ নেতা জিয়াউল ইছলাম সদাগৰৰ নেতৃত্বত যোৱা দলটোৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে ডিষ্টিংচন লাভ কৰি সমষ্টি তথা নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা কৃৰ্তী ছাত্ৰ-ছাত্ৰীক ঘৰে-ঘৰে গৈ শুভেচ্ছা জ্ঞাপন কৰে৷

নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ সংখ্যালঘূ বসতি প্ৰধান গ্ৰামাঞ্চলৰ কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়ণৰ প্ৰতি অধিক আগ্ৰহী আৰু উৎসাহী কৰি তোলাৰ অৰ্থে বিশেষ পদক্ষেপ গ্ৰহন কৰিছে জিলাখনৰ ধিং সমষ্টিৰ কংগ্ৰেছ দলৰ যুৱ নেতা তথা শিক্ষাবিদ জিয়াউল ইছলাম সদাগৰে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0