55
newsnextone.com | ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ু সেনাৰ জাগুৱাৰ এয়াৰক্ৰাফ্টৰ এখন মঙলবাৰে গুজৰাটৰ কুচ্ছ এলেকাত দুৰ্ঘটনাগ্ৰস্থ হয়৷ দুৰ্ঘটনাটোক যুদ্ধ বিমানখনৰ পাইলট সঞ্জয় চৌহানৰ মৃত্যু ঘটে৷
জানিব পৰা মতে, যুদ্ধ বিমানখনে জামনগৰ বায়ুসেনা ঘটিৰ পৰা উৰা মৰাৰ ক্ষন্তেক সময় পিছতে এখন গাঁৱৰ কাষত দুৰ্ঘটনাগ্ৰস্থ হয়৷ পথাৰত চৰি থকা পশুৰ সৈতে খুন্দা লগৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে৷ আনহাতে দুৰ্ঘটনাটোত কেইবাটাও চৰণীয়া জন্তুৰ মৃত্যু ঘটে৷