Home ৰাজ্যকাৰ্বি পাহাৰত বিজেপিৰ মিত্ৰ দল অগপৰ প্ৰতিবাদ, বিধেয়ক বাতিলৰ দাবী

কাৰ্বি পাহাৰত বিজেপিৰ মিত্ৰ দল অগপৰ প্ৰতিবাদ, বিধেয়ক বাতিলৰ দাবী

by News Desk
61 views
A+A-
Reset

newsnextone.com | বোকাজানঃ অসম আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা অসম গণ পৰিষদ দলে ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ বিজেপিৰ সৈতে মিত্ৰতা কৰি চৰকাৰ চলাই থকাৰ পিছতো উজনি-নামনিত দলটোৰ বিভিন্ন জিলা সমিতি, আঞ্চলিত সমিতিয়ে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি বিধেয়কৰ বিৰোধিতা কৰি আহিছে অগপই৷ 

বিজেপিৰ সৈতে একেলগে মিত্ৰজোঁটৰ চৰকাৰ চলাই থকাৰ পিছতো দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰি গৈছে বিধেয়কৰ বিৰুদ্ধে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসমত মতামত লবলৈ অহাৰ সময়ত যুটীয়া সংসদীয় সমিতিক দলে বলে গৈ দলটোৰ নেতাসকলে বিধেয়কৰ বিৰুদ্ধে মত দিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0