Home ৰাজ্যছয়গাঁৱৰ জোৰশিমুলীত উদ্ধাৰ ৩অপহৃত কিশোৰী

ছয়গাঁৱৰ জোৰশিমুলীত উদ্ধাৰ ৩অপহৃত কিশোৰী

by News Desk
65 views
A+A-
Reset

গৰৈমাৰীঃ  দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ জোৰশিমুলীত তিনিগৰাকী অপহৃত কিশোৰী উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে জোৰশিমুলী আৰক্ষী চকীৰ অধীনস্থ কৰাইবিল গাঁও নিৱাসী কামাল উদ্দিনৰ কিশোৰী কন্যাকেইগৰাকীক কোম্পানীত চাকৰি দিয়াৰ প্ৰলোভনেৰে মাহীয়েকৰ পৰা ৭০ হাজাৰ টকা উৎকোচ হিচাপে লৈ নাৰী সৰবৰাহকাৰী চক্ৰ এটাই তিনি কিশোৰীক লৈ গুৱাহাটীলৈ লৈ যায়।

নাৰী সৰবহৰাহকাৰী দলটোত আছিল ক্ৰমে বকো সমষ্টিৰ অন্তৰ্গত ছাতাৰোপাৰাৰ বাক্কাৰ দেৱানীৰ দুই পুত্ৰ ছলিম উদ্দিন (৪৫), ৰহিম বাদশ্বাহ (৪০), একে গাঁৱৰে আনোৱাৰ হুছেইনৰ পুত্ৰ মোস্তাফা জামান (৩৫) আৰু বগুৰীগুৰিৰ সাগৰ আলীৰ পুত্ৰ নছিম উদ্দিন। নাৰী সৰবৰাহকাৰী চক্ৰটোৱে কিশোৰী তিনিগৰাকীক গুৱাহাটীৰ পৰা বৰপেটালৈ নি ৰে’লযোগে পুৰণি দিল্লীলৈ ৰাওনা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0