Home ৰাজ্যকোকৰাঝাৰত কংগ্ৰেছৰ ‘বিশ্বাসঘাটকতা’ দিৱস পালন, জাতীয় খলনায়ক হৈ পৰিল সোণোৱাল

কোকৰাঝাৰত কংগ্ৰেছৰ ‘বিশ্বাসঘাটকতা’ দিৱস পালন, জাতীয় খলনায়ক হৈ পৰিল সোণোৱাল

by News Desk
52 views
A+A-
Reset

newsnextone.com | কোকৰাঝাৰঃ বিগত লোকসভা আৰু অসম বিধান সভা নিৰ্বাচনৰ সময়ত বিজেপি দলে বিদেশত থকা কলাধন ঘুৰাই আনি ভাৰতৰ মানুহক প্ৰত্যককে ১৫ লাখ টকাকৈ প্ৰত্যকৰে বেংকৰ একাউণ্টত জমা কৰা, খাদ্য-সামগ্ৰী, পেট্ৰল, ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰা, দুৰ্নীতি ৰোধ কৰা আদি বিভিন্ন প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰক্ষা নকৰি দেশৰ মানুহক চৰম প্ৰতাৰণা কৰিলে৷ বৰং প্ৰতিটো সামগ্ৰীৰে আকাশলংঘী মূল্যবৃদ্ধিয়ে গ্ৰাহকক জুৰুলা কৰিছে৷ এই মন্তব্য প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা বিশ্বজিৎ ৰায়ে৷

কোকৰাঝাৰ জিলা কংগ্ৰেছ দলে কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিশ্বাসঘাটকতা দিৱস পালন কৰি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায় উপস্থিত থাকি এই মন্তব্য প্ৰকাশ কৰিছে৷ বিশ্বজিৎ ৰায়ে কয় যে মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি দলে পুনৰ আভুৱা ভৰা আৰু মিছা প্ৰতিশ্ৰুতিৰে দেশৰ মানুহক বুৰ্বক সজাই কেন্দ্ৰত চৰকাৰ গঠন কৰিব বিচাৰিছে যদিও এইবাৰ দেশৰ ভোটদাতাই বিজেপি দলক মুখ ঠেকেচা খুৱাব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0