১২ জুনত ৰাজপথলৈ ওলাই আহিব ৰাজ্যৰ অধিবক্তা

Home ৰাজ্য১২ জুনত ৰাজপথলৈ ওলাই আহিব ৰাজ্যৰ অধিবক্তা

১২ জুনত ৰাজপথলৈ ওলাই আহিব ৰাজ্যৰ অধিবক্তা

by News Desk
61 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ অসমৰ দল-সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম উকীল সন্থাই৷ সদৌ অসম উকীল সন্থাই অহা ১২ জুনত ৰাজপথলৈ ওলাই আহি বিধেয়ক বাতিলৰ দাবী জনাব৷

১২ জুনত দিনৰ ১-২ বজালৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰ আৰু মহকুমা সদৰত উকীল সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ধৰ্মঘট-সমদল উলিয়াব৷ ধৰ্মঘট-সমদলৰ অন্তত দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিব৷ জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ৰূপায়ন কৰিবলগীয়া কাৰ্যসূচীত সকলো প্ৰকাৰৰ লোকৰ সহায়-সহযোগিতা কামনা কৰিছে সদৌ অসম উকীল সন্থাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0