Home দেশ২০১৫ত ৮,০০৭ কৃষকে কৰিছিল আত্মহত্যা, চৰকাৰে ২০১৫ৰ পিছৰ তথ্য ৰাজহুৱা কৰিব কেতিয়া?

২০১৫ত ৮,০০৭ কৃষকে কৰিছিল আত্মহত্যা, চৰকাৰে ২০১৫ৰ পিছৰ তথ্য ৰাজহুৱা কৰিব কেতিয়া?

by News Desk
55 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৬-২০১৭ চনৰ লগতে বৰ্তমানলৈ কিমান কৃষক আত্মহত্যা কৰিলে কেন্দ্ৰীয় চৰকাৰে তথ্য ৰাজহুৱা কৰা নাই৷ উচ্চপদস্থ বিষয়াৰ মতে ৰাজ্য চৰকাৰ সমূহে তথ্য প্ৰেৰণ নকৰাৰ বাবেই এই তথ্য প্ৰকাশ কৰিব পৰা হোৱা নাই৷

বিগত মাহত কেৱল মধ্যপ্ৰদেশ আৰু ৰাজস্থানত ৬গৰাকী কৃষকে আত্মহত্যা কৰিছে৷ দেশৰ বিৰোধীয়ে ইয়াকে লৈ চৰকাৰক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ লগে লগে চাঞ্চল্যকৰ তথ্যও প্ৰকাশ পাইছে৷ নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰেয়ে ২০১৫ চনৰ পৰা কৃষকৰ আত্মহত্যাৰ কোনো তথ্য ৰাজহুৱা কৰা নাই৷ ইয়াৰ পূৰ্বে এই তথ্য প্ৰতিবছৰে প্ৰকাশ কৰিছিল নেশ্যনেল ক্ৰাইম ৰেকৰ্ডে ব্যুৰেই৷ কিন্তু ২০১৫ চনৰ পৰা এই তথ্য ৰাজহুৱা কৰা নাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0