85
newsnextone.com | গোৱালপাৰাঃ বিশ্বাস কৰিবলৈ টান লাগিলেও অসমীয়া জাতিক বহু দিবলৈ বাকী থকা অৱস্থাতে শুকুৰবাৰে আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গ’ল শুক্ৰাচাৰ্য ৰাভা৷
শুকুৰবাৰে নিশা প্ৰায় ৯ বাজি ৩৫ মিনিটত অকাল মৃত্যুক আকোৱালি লয় বিশিষ্ট নাট্যকাৰ, পৰিচালক, শিল্পী শুক্ৰাচাৰ্য ৰাভাই৷ আণ্ডাৰ দ্যা শাল ট্ৰিৰ শ্ৰষ্টাগৰাকীৰ মৃত্যুত অসমৰ নাটকৰ জগতত অপূৰণীয় ক্ষতি হ’ল যাক সহজেই পূৰণ কৰিব পৰা নাযাব।