Home দেশডকমকা কাণ্ডৰ বিৰুদ্ধে দিল্লীৰ ৰাজপথলৈ ওলাই আহিল যুৱক-যুৱতী

ডকমকা কাণ্ডৰ বিৰুদ্ধে দিল্লীৰ ৰাজপথলৈ ওলাই আহিল যুৱক-যুৱতী

by News Desk
74 views
A+A-
Reset

newsnextone.com | দিল্লীঃ কাৰ্বি আংলঙৰ ডকমকাত সোপাধৰাৰ সন্দেহত দুগৰাকী অসমীয়া প্ৰতিভাৱান যুৱকক নিৰ্মম ভাৱে হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্যজুৰি ক্ষোভৰ জুই জ্বলি থকাৰ সময়তে মঙলবাৰে দিল্লীতো একাংশ যুৱক-যুৱতীয়ে প্ৰতিবাদ কৰিবলৈ ওলাই আহে৷ মঙলবাৰে সন্ধিয়া দিল্লীৰ ইণ্ডিয়া গেটত যুৱক-যুৱতীয়ে হাতে হাতে মম জ্বলাই হত্যাকাৰীক উচিত শাস্তিৰ দাবী জনায়৷

নিৰ্মম কাণ্ডক গৰিহণা দি দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে নৰপিশাচৰ হাতত জীৱন হেৰুওৱা নিলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ যুৱক দুগৰাকীৰ আত্মাৰ সদগতিৰ কামনা কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0