Home ৰাজ্যনিলোৎপল-অভিজিতক স্মৰণ ডিকমবাসীৰ

নিলোৎপল-অভিজিতক স্মৰণ ডিকমবাসীৰ

by News Desk
92 views
A+A-
Reset

newsnextone.com | ডিব্ৰুগড়ঃ কাৰ্বি আংলঙৰ ডকমকাৰ পাঞ্জুৰী নামৰ গাঁৱত একাংশ লোকে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপাধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে৷ মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে দল-সংগঠনে৷ 

এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে ডিব্ৰুগড় জিলা ডিকমবাসীয়ে৷ অন্ধবিশ্বাসৰ ফলত সংঘটিত হোৱা এই নাৰকীয় কাণ্ডক সভ্য সমাজৰ বাবে কলংক বুলি অভিহিত কৰে৷ মঙলবাৰে সন্ধিয়া ডিব্ৰুগড় জিলাৰ ডিকম টাউনত নৃশংস অাক্ৰমণৰ বলি হৈ মৃত্যুক অাকোৱালি লোৱা অভিজিৎ নাথ অাৰু নিলোৎপল দাসৰ অাত্মাৰ সদগতি কামনা কৰি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0