65
newsnextone.com | ডিজিটেল ডেস্কঃ ৰমজান ঈদলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকা সময়তে জম্মু-কাশ্মীৰত ঈদৰ উচাহ ম্লান কৰে সন্ত্ৰাসবাদীয়ে। ইটোৰ-পিছত সিটো আক্ৰমণ অশান্ত কৰে ৰাজ্য খনক। ফলত ম্লান পৰে ঈদৰ উছাহ।
জম্মু-কাশ্মীৰত প্ৰায় একেৰাহে কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হোৱাত জম্মু-কাশ্মীৰত পৰিস্থিতি বিষময় হৈ পৰা পৰিলক্ষিত হৈছে৷