Home ৰাজ্যওদালগুৰিত খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ সমাজৰ প্ৰতিবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী

ওদালগুৰিত খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ সমাজৰ প্ৰতিবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী

by News Desk
63 views
A+A-
Reset

newsnextone.com | ওদালগুৰিঃ নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। বিধেয়কখন বাতিলৰ দাবীত শুকুৰবাৰে ওদালগুৰিৰ ৰাজপথত এক প্ৰতিবাদী সমদল উলিয়াই খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ সমাজ চমুকৈ এছআইপিআৰে।

ওদালগুৰি চহৰৰ শ্বহীদ বেদী প্ৰাংগণৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ উলিওৱা মদলত বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। হাতে হাতে প্লেকাৰ্ড লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, আমাক লাগে বিদেশীমুক্ত অসম, নাগৰিকত্ব বিধেয়ক গ’-বেক, আমাৰ দাবী মানি লওঁক ইত্যাদি শ্ল’গান প্ৰদান কৰি পৰিবেশ উত্তাল কৰি তোলে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0