Home ৰাজ্যগুৱাহাটী-দৌলাশাল পথত বাগৰি পৰিল ১৫০ বছৰীয়া বৰ গছ

গুৱাহাটী-দৌলাশাল পথত বাগৰি পৰিল ১৫০ বছৰীয়া বৰ গছ

by News Desk
49 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ দেওবাৰে গুৱাহাটী-দৌলাশাল পথত এডাল প্ৰকাণ্ড বৰগছ উঘালি পৰাত যাতায়াত ব্যাহত হৈ পৰে৷ জানিব পৰা মতে, হাজোৰ আদাবাৰীত দেওবাৰে দিনৰ প্ৰায় ১ বাজি ৩০ মিনিটত গছডাল নিজে নিজে উঘালি পৰে৷ প্ৰায় ১৫০ বছৰীয়া বৰ গছ উঘালি পৰাত যানজোঁটৰ সৃষ্টি হয়৷ আনহাতে শংকৰদেৱ শিশু নিকেতন নামৰ স্কুল খনৰো বিস্তৰ ক্ষতিসাধন কৰে গছডালে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0