Home ৰাজ্যনগাঁৱত ৰাজ্য চৰকাৰে পালন কৰিব যোগ দিৱস, বিধায়ক-উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ দৌৰ

নগাঁৱত ৰাজ্য চৰকাৰে পালন কৰিব যোগ দিৱস, বিধায়ক-উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ দৌৰ

by News Desk
58 views
A+A-
Reset

newsnextone.com | বটদ্ৰৱাঃ অসম চৰকাৰে এইবৰ্ষত নগাঁও চহৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰিব আন্তৰ্জাতিক যোগ দিৱস৷ ২১ জুনত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত উদযাপন কৰিবলগীয়া চতুৰ্থ আন্তজাৰ্তিক যোগ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই, স্বাস্থ্য ড০ হিমন্ত বিশ্ব শৰ্মা, কেশৱ মহন্তকে ধৰি বহু বিশিষ্ট ব্যক্তি শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব৷

আন্তৰ্জাতিক যোগ দিৱসৰ সৈতে সংগতি ৰাখি দেওবাৰে নগাঁও জিলা প্ৰশাসনে চহৰখনত সমূহীয়া দৌৰ কাৰ্যসূচী ৰূপায়ন কৰে৷ পুৱা ৬ বজাত শুভাৰম্ভ কৰা সমূহীয়া দৌৰত সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি, অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰা, জিলা প্ৰশাসন তথা বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী তথা সৰ্বসাধাৰণ ৰাইজে অংশগ্ৰহণ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0