newsnextone.com | ওদালগুৰিঃ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু সদৌ কোচ ৰাজবংশী সন্মীলনীয়ে সোমবাৰে ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন, কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ দাবীত ওদালগুৰি জিলাৰ উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷
ওদালগুৰি জিলাৰ উপায়ুক্তৰ কাৰ্যালয় চৌহদৰত তিনিঘণ্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু সদৌ কোচ ৰাজবংশী সন্মীলনীয়ে দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত কৰে প্ৰতিবাদী কাৰ্যসূচী৷