Home ৰাজ্যডকমকাৰ পিছত কলাইগাঁৱত মানৱতাৰ অৱসান, ভাইৰেল ভিডিঅ’ত যুৱকক প্ৰহাৰৰ দৃশ্য

ডকমকাৰ পিছত কলাইগাঁৱত মানৱতাৰ অৱসান, ভাইৰেল ভিডিঅ’ত যুৱকক প্ৰহাৰৰ দৃশ্য

by News Desk
41 views
A+A-
Reset

newsnextone.com | মঙলদৈঃ কাৰ্বি আংলং জিলাৰ ডকমকাৰ পাণজুৰি গাঁৱত দুজন অসমীয়া যুৱকক এচাম দুস্কৃতিকাৰীয়ে মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাই সকলো অসমীয়াৰ হৃদয়ত গভীৰ শোক দি থৈ গ’ল৷ এই ঘটনাই মানুহৰ মাজত যে এচাম অমানুহ আছে, সেয়াই প্ৰমাণ কৰিলে৷ ‘মই অসমীয়া’ বুলি চিঞৰি থকাৰ পিছতো এচাম অমানুহে নিৰ্মম ভাৱে প্ৰহাৰ কৰি দুজন চফল যুৱকক হত্যা কৰিছিল৷ যি ঘটনাই আজিও প্ৰতিজন হৃদয়বান লোকৰ চকুৰে অশ্ৰু নিগৰাই আছে৷

নীল-অভিৰ মৃত্যুৰ শোক পাহৰিবলৈ সক্ষম নৌহওতেই এইবাৰ ওদালগুৰি জিলাত এচাম মৰেল পুলিছৰ হাতত এজন যুৱক প্ৰহৃত হোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷ এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে পুনৰ এবাৰ মানুহৰ মাজত লুকাই থকা অমানুহৰ মুখাখন খোল খাই পৰা পৰিলক্ষিত হৈছে৷ এজন যুৱকক বান্ধি চৰ, ভুকু, কিল, গোৰ শোধাই অমানুষিক অত্যাচাৰ চলোৱা ঘটনাই পুনৰ এবাৰ চিন্তাৰ উদ্বেগ কৰিছে যে আধুনিকতাই মানুহক পশুতকৈ নীচ কৰি তুলিছে নেকি?

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0