Home ৰাজ্যবিনা বেতনে ৩০ বছৰ শিক্ষকতা কৰি বহু বেদনা লৈ মেলানি মাগিলে গোৰেশ্বৰৰ চবেন বড়োৱে

বিনা বেতনে ৩০ বছৰ শিক্ষকতা কৰি বহু বেদনা লৈ মেলানি মাগিলে গোৰেশ্বৰৰ চবেন বড়োৱে

by News Desk
58 views
A+A-
Reset

newsnextone.com | গোৰেশ্বৰঃ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত চমক সৃষ্টি কৰিছিল বিজেপি দলে৷ ৰাজ্যখনৰ উন্নয়নৰ সকলো প্ৰতিশ্ৰুতি দিছিল দলটোৱে৷ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, ৰাস্তা-ঘাটৰ উন্নয়ন, কৃষকৰ সমস্যা সমাধান, বিশুদ্ধ খোৱাপানী যোগান, সংস্থাপন, ছাত্ৰীক স্কুটি প্ৰদানকে ধৰি শ-শ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিজেপি দলে৷

দলটোৱে ব্যাপক চমক সৃষ্টি কৰিছিল নিৰ্বাচনৰ পূৰ্বে৷ নিৰ্বাচনৰ পিছত গাদী দখল কৰি চমক সৃষ্টিৰ মাত্ৰা তিনিগুণ বৃদ্ধিহে হয়৷ নিৰাপত্তাৰক্ষী নোলোৱা, ৰঙা লাইট নোলোৱা, সাধাৰণ ৰাইজৰ সৈতে ট্ৰেফিক চিগনেলত ৰৈ দিয়া, বিধানসভালৈ চাইকেল লৈ অহা আদিৰে চমক সৃষ্টি কৰি মিডিয়াৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0