বৰপেটাত মধ্যাহ্ন ভোজনৰ খাদ্য খাই আক্ৰান্ত অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী

Home ৰাজ্যবৰপেটাত মধ্যাহ্ন ভোজনৰ খাদ্য খাই আক্ৰান্ত অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী

বৰপেটাত মধ্যাহ্ন ভোজনৰ খাদ্য খাই আক্ৰান্ত অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী

by News Desk
77 views
A+A-
Reset

পূৱ বৰপেটা/বাঘবৰঃ বৰপেটা জিলাৰ পূৱ প্ৰান্তৰ হাহচ’ৰা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী মধ্যাহ্ন ভোজন কৰাৰ পিছতে বিষক্ৰিয়াত আক্ৰান্ত হৈ বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন হ’বলগীয়া হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে উক্ত বিদ্যালয়ত যোৱা ৫ এপ্ৰিলত দিনৰ প্ৰায় দুই বজাত ছাত্ৰ-ছাত্ৰী সকলে মধ্যাহ্ন ভোজন কৰি বিদ্যালয় ছুটীৰ পিছত ঘৰলৈ যায়। কিন্তু দুৰ্ভাগ্য  ক্ৰমে  নিশা প্ৰায় ১১ বজাৰ পৰা ঘৰত প্ৰায় ভাগ ছাত্ৰ-ছাত্ৰী অসহ্য বিষত ভোগে। অভিভাৱকসকলে পৰস্পৰে খবৰ কৰি শংকিত হৈ পৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0