Home ৰাজ্যনগাঁৱৰ খাগৰিজানত যোগাসন কৰাৰ নামত গামোচাত থিয় দিয়াত পুনৰ বিতৰ্ক

নগাঁৱৰ খাগৰিজানত যোগাসন কৰাৰ নামত গামোচাত থিয় দিয়াত পুনৰ বিতৰ্ক

by News Desk
51 views
A+A-
Reset

newsnextone.com | নগাঁওঃ প্ৰধানমন্ত্ৰীৰ ডিঙিত গামোচা প্ৰত্যক্ষ কৰি কিছুমাধ্যমে এনদৰে খবৰ প্ৰকাশ কৰিছে যেন অসমীয়া জাতিৰ ভাগ্যহে উদয় হ’ল৷ এতিয়াৰ পৰা দিল্লীৰ পৰা পাবলৈ যেন প্ৰতিবাদ কৰিব নালাগিব৷ কিন্তু প্ৰধানমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা একেটা দল বিজেপিৰ নেতাই কাৰ্বি আংলঙত কাৰ্পেটৰ ওপৰত গামোচা পাৰি থিয় হৈ যোগাসন কৰে৷ সেই ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷

আনহাতে পুনৰ আন এখন ফটো ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে৷ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচাক নগাঁৱৰ খাগৰিজানত এগৰাকী বিষয়াই অপমান কৰা বুলি অভিযোগ উত্থাপিত হয়৷ খাগৰিজান উন্নয়ন খণ্ডৰ বৰভেটি গাঁও পঞ্চায়তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত যোগাসন কৰাৰ নামত পঞ্চায়তটোত এনেদৰে ভৰিৰ তলত গামোচা পাৰি অপমান কৰা বুলি অভিযোগ উত্থাপন কৰে একাংশ লোকে৷ বৰভেটি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত NRCৰ কামত নিয়োজিত চৰকাৰী বিষয়াই এনে কাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0