Home ৰাজ্যদেৱীৰ আশীষ বিচাৰি ভক্তৰ ভিৰ, কামাখ্যাত অম্বুবাচীৰ মহা আয়োজন

দেৱীৰ আশীষ বিচাৰি ভক্তৰ ভিৰ, কামাখ্যাত অম্বুবাচীৰ মহা আয়োজন

by News Desk
42 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ আজিৰে পৰা গুৱাহাটী মহনগৰীৰ নীলাচল পৰ্ব্বতত অৱস্থিত শক্তীপীঠ কামাখ্যাত আৰম্ভ হৈছে মহা অম্বুবাচী মেলা৷ ৪ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাত শক্তিপীঠ খনত দেৱী কামাখ্যাৰ চৰণ স্পৰ্শ কৰি দুখ-দুৰ্দশা উপশম কৰিবলৈ উপস্থিত হৈছে দেশ বিদেশৰ অগণন ভক্ত৷ আজিৰে পৰা আৰম্ভ হোৱা অম্বুবাচী মেলাৰ সামৰণি পৰিব অহা ২৬ জুনত৷

শুকুৰবাৰে নিশা ৯ বাজি ২৭ মিনিট ৫৪ ছেকেণ্ডত অম্বুবাচী মেলাৰ প্ৰবৃত্তি হ’ব৷ আনহাতে মা কামাখ্যাৰ মূল দ্বাৰ বন্ধ হৈছে বিয়লি ৪ বজাত৷ ২৬ জুন পৰ্যন্ত কামাখ্যাৰ মূল দুৱাৰ বন্ধ থাকিব৷ ২৬ জুনৰ পুৱা ৭ বাজি ৫১ মিনিট ৫৮ ছেকেণ্ডত অম্বুবাচী মেলাৰ নিবৃত্তি হোৱাৰ পিছত বিয়লি ৪.৩০ বজাত ভক্তৰ বাবে পুনৰ মন্দিৰৰ দ্বাৰ মুকলি কৰা হ’ব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0