Home ৰাজ্যহাতী-মানুহৰ সংঘাত! হাতীৰ আক্ৰমণত প্ৰাণ গ’ল কামপুৰৰ মহিলাৰ, তাণ্ডৱলীলা নেদেখে চৰকাৰে

হাতী-মানুহৰ সংঘাত! হাতীৰ আক্ৰমণত প্ৰাণ গ’ল কামপুৰৰ মহিলাৰ, তাণ্ডৱলীলা নেদেখে চৰকাৰে

by News Desk
76 views
A+A-
Reset

newsnextone.com | কামপুৰঃ নগাঁও জিলাৰ কঠিয়াতলী অঞ্চলত শ-শ লোকে জীৱন আৰু সম্পত্তিৰ সুৰক্ষাত চকুলো টুকিব লগা হয়৷ প্ৰতিটো বছৰে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা ওলাই অহা হাতীৰ জাকে মানুহৰ প্ৰাণ লোৱাৰ লগতে কৃষিপথাৰ, ঘৰ-দুৱাৰৰ ব্যাপক অনিষ্ট সাধন কৰি আহিছে৷ প্ৰতিটো বছৰে বনৰীয়া হাতীৰ জাক ওলাই অহাৰ পিছতে ৰাইজে বন বিভাগক খবৰ দিয়ে যদিও বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে৷

যাৰ ফলত শুকুৰবাৰে পুৱাই হাতীৰ আক্ৰমণত প্ৰাণ গ’ল এগৰাকী মহিলাৰ৷ কঠিয়াতলী অঞ্চলৰ লুংপুঙত পুৱাই গাঁধুবলৈ যোৱাৰ সময়তে হাতীৰ জাকে শুৰেৰে আক্ৰমণ কৰাৰ ফলত নিহত হয় মহিলগৰাকীৰ৷ জানিব পৰা মতে, শুকুৰবাৰে পুৱাই নগাঁৱৰ ৰেংবেং চাহ বাগিচাৰ লুংপুঙৰ দৰিদ্ৰ পৰিয়ালৰ মহিলাগৰাকীয়ে জুৰিত গাঁ-ধুবলৈ যােৱাৰ সময়তে বন্য হস্তীৰ সৈতে মুখামুখী হয়৷ তেনেতে জাকৰ মাজৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে শুৰেৰে আক্ৰমণ কৰি প্ৰাণ লয় মালতী কৌৰ(৪৫) নামৰ মহিলাগৰাকীৰ। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0