55
newsnextone.com | ডিজিটেল ডেস্কঃ আপুনিও কোনো বিশেষ ব্যক্তিৰ ফটো ফটোশ্বপত এডিত কৰি ছ’চিয়েল মিডিয়াত পোষ্ট কৰে নেকি? নাইবা আপোনাৰ বন্ধু মহলে কৰা বিকৃত পোষ্ট আপুনি শ্বেয়াৰ কৰে নেকি? যদি কৰে, তেন্তে এতিয়াৰ পৰা সাবধান হওক৷ বিকৃত ছবি পোষ্ট কৰাৰ অপৰাধত আপুনি কাৰাৱাসৰ জীৱন কটাবলগীয়া হ’ব পাৰে৷
আন্তৰ্জাতিক যোগ দিৱসৰ সময়ত যোগগুৰু ৰামদেৱৰ বিকৃত ছবি হোৱাটছআপ গ্ৰুপত পোষ্ট কৰাৰ অভিযোগত আৰক্ষীয়ে দিল্লীৰ এগৰাকী ব্যক্তিক আটক কৰিছে৷