Home ৰাজ্যৰঙাপৰাত ভূঁই ৰুই প্ৰতিবাদ, পথ নিৰ্মাণ ন’হলে আগন্তক নিৰ্বাচনত ভোট বৰ্জন কৰিব ৰাইজে

ৰঙাপৰাত ভূঁই ৰুই প্ৰতিবাদ, পথ নিৰ্মাণ ন’হলে আগন্তক নিৰ্বাচনত ভোট বৰ্জন কৰিব ৰাইজে

by News Desk
56 views
A+A-
Reset

newsnextone.com | তেজপুৰঃ মহিলাৰ জাকে কঠিয়া হাতত লৈ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটালে ৰাজ্য চৰকাৰ বিৰুদ্ধে। ডিজিটেল ইণ্ডিয়াৰ গাঁৱৰ পথৰ বেকা-পানীত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে। ডিজিটেল ইণ্ডিয়াৰ ৰাজপথত মানুহে ঘৰৰ পৰা ওলাব-সোমাব নোৱাৰে। হাতত চেণ্ডেল লৈ আহ-যাহ কৰিব লগা হয়।

দেওবাৰে পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্য চৰকাৰক ধিক্কাৰ দিয়ে মহিলাসকলে৷ পথৰ দুৰৱস্থাই অৱশেষত ৰাইজক ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰিলে৷ ৰাজ্যৰ সৰ্বত্ৰে উন্নয়নৰ ফুলজাৰি ফুটাই থকা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাই এইবাৰ ৰাইজে পথত আৰম্ভ কৰিলে ভূঁই ৰুবলৈ৷ এটি পথৰ দুৰাৱস্থাই এনে কাৰ্য কৰিবলৈ ৰাইজক বাধ্য কৰালে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0