Home ৰাজ্যনলবাৰীত চৰকাৰে নহয়, ‘সংস্কৃতিৰ’ উদ্যোগত নিৰ্মাণ হ’ল শৌচালয়

নলবাৰীত চৰকাৰে নহয়, ‘সংস্কৃতিৰ’ উদ্যোগত নিৰ্মাণ হ’ল শৌচালয়

by News Desk
56 views
A+A-
Reset

newsnextone.com | নলবাৰীঃ স্বচ্ছতাৰ শ্ল’গান গাই চৰকাৰে গ্ৰাম উন্নয়নৰ কথা কলেও প্ৰকৃতপক্ষত কিমান স্বচ্ছতাৰ খেয়াল ৰখা হৈছে গ্ৰামাঞ্চলত সেয়া এক চিন্তনীয় বিষয় হৈ পৰা পৰিলক্ষিত হৈছে৷ বিভিন্ন আঁচনি প্ৰস্তুত কৰি চৰকাৰে গাঁৱৰ উন্নয়ন সাধন কৰিবলৈ লোৱা সংকল্প প্ৰকৃততে  এক ভেকো ভাওনাহে হৈ পৰা বুলি বিভিন্নজন অভিযোগ উত্থাপন কৰি আহিছে৷

সমগ্ৰ দেশটো বাদেই অসমৰ বিভিন্ন পিছপৰা অঞ্চলত চৰকাৰী প্ৰতিশ্ৰুতি এতিয়া এখন পৰিকল্পিত নাটকলৈ ৰূপান্তৰিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ বিশুদ্ধ খোৱা পানীৰ পৰা বাট-পথৰ উন্নয়নলৈ, স্বাস্থ্যৰ পৰা শিক্ষালৈ চৰকাৰে প্ৰদান কৰা আশ্বাসে ঢুকি নপোৱা গাঁও ৰাজ্যখনত বহু আছে৷ যাৰ ফলত প্ৰতিদিনে নিজৰ সমস্যা সমূহ উত্থাপন কৰি ৰাইজ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0