Home দেশস্বচ্ছতাৰ চাৰ্ভেত শীৰ্ষত ইন্দোৰ, দেশৰ ২৫ খন লেতেৰা চহৰৰ ভিতৰত ১৫ খনেই পশ্চিম বংগৰ

স্বচ্ছতাৰ চাৰ্ভেত শীৰ্ষত ইন্দোৰ, দেশৰ ২৫ খন লেতেৰা চহৰৰ ভিতৰত ১৫ খনেই পশ্চিম বংগৰ

by News Desk
51 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ মোডী চৰকাৰে ঘোষণা কৰিলে স্বচ্ছ ভাৰত ২০১৮ৰ ৰেংকিঙ৷ এই ৰেংকিঙত দেশৰ মেট্ৰ’পলিটান চহৰ সমূহক পিছ পেলাই মধ্য প্ৰদেশৰ ইন্দোৰ চহৰে দ্বিতীয়বাৰৰ বাবে শীৰ্ষতাৰ খিতাপ দখল কৰে৷ স্বচ্ছতাৰ ৰেংকিঙত ইন্দোৰৰ পিছতে স্থান দখল কৰে ভূপাল আৰু চণ্ডীগড়ে৷

কেন্দ্ৰীয় গৃহ আৰু নগৰ মন্ত্ৰালয়ে সমগ্ৰ দেশত স্বচ্ছতাৰ নিৰীক্ষণ কৰিছিল৷ অই নিৰীক্ষণত ফাদিল হোৱা তথ্য অনুযায়ী দেশৰ ২৫ খন লেতেৰা চহৰৰ ভিতৰত ১৯ খন চহৰেই পশ্চিম বংগৰ অন্তৰ্গত বুলি জানিব পৰা গৈছে৷ স্বচ্ছতা পৰ্যবেক্ষণৰ ভিত্তিত ৰাজ্যৰ ভিতৰত ঝাৰখণ্ড প্ৰথম, মহাৰাষ্ট্ৰ দ্বিতীয় আৰু চত্তীশগড় তৃতীয় স্থানত আছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0