Home ৰাজ্যসোপাধৰাৰ ভূত, বটদ্ৰৱাত ৰাইজে আৱদ্ধ কৰি আৰক্ষীক গতালে এজনক

সোপাধৰাৰ ভূত, বটদ্ৰৱাত ৰাইজে আৱদ্ধ কৰি আৰক্ষীক গতালে এজনক

by News Desk
65 views
A+A-
Reset

newsnextone.com | বটদ্ৰৱাঃ ৰাজ্যৰ চৌদিশে সোপাধৰাৰ উৰা বাতৰিয়ে সৰ্বসাধাৰণক আতংকিত কৰি ৰখাৰ সময়তে দেওবাৰে সন্ধিয়া নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী নিবেশৰ অন্তৰ্গত জামতলাৰ সমীপত এজন অচিনাক্ত লোকক অনাই বনাই ঘুৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে৷

পিছত অঞ্চলটোৰ একাংশ লোকে অচিনাক্ত লোকজনক আৱদ্ধ কৰি যদিও একো কথা নোকোৱাকৈ থাকে লোকজনে৷ ইয়াৰ পিছতে একাংশই স্থানীয় আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে লোকজনক উক্ত স্থানৰ পৰা আৰক্ষী থানালৈ লৈ আহে৷ জনজাতি লোকজন মানসিক বিকাৰগ্ৰস্ত বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0