59
newsnextone.com | ডিজিটেল ডেস্কঃ বিয়াঘৰৰ পৰা এটি ৬ বছৰীয়া শিশুক অপহৰণ কৰি নি ধৰ্ষণৰ পিছত নৃশংসভাৱে হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ আনকি শিশুটিৰ পৰিচয় গোপন কৰাৰ বাবে মুখমণ্ডল জ্বলাই দিয়ে ধৰ্ষণকাৰীয়ে৷
গোৱালিয়ৰত সংঘটিত হোৱা এই হৃদয় বিদাৰক ঘটনাৰ তিনি দিন পিছত আৰক্ষীয়ে এজন আইস্ক্ৰিম বেপাৰীক আটক কৰিবলৈ সক্ষম হয়৷ ঘটনা সংঘটিত হোৱাৰ দিনা পথত লগাই ৰখা চিচিটিভি ফুটেজত অভিযুক্তই শিশুটিক প্ৰলোভন দেখুৱাই বিয়াঘৰৰ পৰ বাহিৰলৈ লৈ যোৱা পৰিলক্ষিত হৈছে৷