53
newsnextone.com | ডিজিটেল ডেস্কঃ টিউচন কৰিবলৈ গৈ এগৰাকী ১৪ বছৰীয়া কিশোৰী শিক্ষকৰ কামনাৰ বলি হয়৷ ব্যক্তিগত গণিতৰ টিউচন কৰিব যোৱাৰ সময়তে শিক্ষকে ধৰ্ষণৰ বলি হয়৷
এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বালিয়া জিলাত৷ জানিব পৰা মতে, শিক্ষকে ছাত্ৰীৰ সন্মুখতে প্ৰথমে মােবাইলৰ কেমেৰা অন কৰে৷ তাৰ পিছতে এঠাইত মোবাইল থৈ কিশোৰীৰ সৈতে অনৈতিক কাৰ্য কৰিবলৈ চেষ্টা কৰে৷