63
newsnextone.com | খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অহা ২৮ জুনত বিজেপিৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া বিজেপিৰ মহিলা সমাৰোহক লৈ ব্যপক প্ৰস্তুতি চলি থকা দেখিবলৈ পোৱা গৈছে৷
তিনি পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং আৰু ডিমা হাছাওক লৈ যুটীয়াভাৱে অনুষ্ঠিত হ’বলগীয়া সমাৰোহৰ পৰিপ্ৰেক্ষিতত যুদ্ধকালীনভাৱে কোটি কোটি টকা ব্যয়ৰে সভাস্থলিৰ পেণ্ডেল, মঞ্চ, অস্থায়ী তোৰণ আদিৰ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে কাৰ্বি আংলং আৰু ডিমা হাছাও বিজেপিয়ে।