Home ৰাজ্যচাবুৱাত চুলাই মদ-লালিগুড়ৰ ব্যৱসায় বন্ধৰ নামত নাটক ৰচিছে নেকি আৰক্ষী আৰু আবকাৰী বিভাগে

চাবুৱাত চুলাই মদ-লালিগুড়ৰ ব্যৱসায় বন্ধৰ নামত নাটক ৰচিছে নেকি আৰক্ষী আৰু আবকাৰী বিভাগে

by News Desk
57 views
A+A-
Reset

newsnextone.com | চাবুৱাঃ সমাজৰ বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানে জনাই অহা অভিযোগ-প্রতিবাদক অৱজ্ঞা কৰি ডিব্ৰুগড় জিলাৰ চাবুৱা থানাৰ অন্তৰ্গত অঞ্চলটোৰ বিভিন্ন স্থানত অব্যাহত আছে অবৈধ চুলাই মদ আৰু লালীগুড়ৰ ৰমৰমীয়া ব্যৱসায়৷ অবৈধ চুলাই মদ আৰু লালীগুড়ৰ ঘাটি সমূহে বিনষ্ট কৰিছে শৈক্ষিক তথা সামাজিক পৰিৱেশো। 

এই চুলাই মদ আৰু লালীগুড়ৰ ঘাটিসমূহে বৰবিহ বিয়পায় নৱপ্রজন্মক পংগু কৰি ধ্বংস মুখলৈ ঠেলি দিছে। অঞ্চলটোত থকা অসংখ্য অবৈধ চুলাইৰ ঘাটি সমূহত সন্ধিয়া হোৱাৰ লগে লগে একাংশই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে উক্ত ঘাটি সমূহত দুই-এক শিক্ষক-ছাত্রৰো প্রৱেশ ঘটা কাণ্ডই সমাজলৈ এক অশনি সংকেত কঢ়িয়াই আনিছে বুলি উদ্বেগ প্রকাশ কৰিছে সচেতন মহলে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0