Home ৰাজ্যমদ-ভাং-ড্ৰাগছৰ বেহাই বিপথে পৰিচালিত কৰিছে যুৱ প্ৰজন্মক, আমগুৰিত আটছাৰ আমৰণ অনশন

মদ-ভাং-ড্ৰাগছৰ বেহাই বিপথে পৰিচালিত কৰিছে যুৱ প্ৰজন্মক, আমগুৰিত আটছাৰ আমৰণ অনশন

by News Desk
71 views
A+A-
Reset

newsnextone.com | নামতিঃ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া নিচা জাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনে সমাজখনক বিপথে পৰিচালিত কৰা পৰিলক্ষিত হৈ আহিছে৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত গঢ় লৈ উঠা বৈধ আৰু অবৈধ দেশী বিদেশী চুলাইৰ ঘাটি সমূহে যুৱ প্ৰজন্মৰ মনত কু প্ৰভাৱ পেলাই ধ্বংসৰ মুখলৈ থেলি দিছে৷ আনহাতে, বৃহৎ পৰিমাণৰ কৰ লাভৰ আশাত চৰকাৰ প্ৰশাসনেও তেনে মদৰ ঘাটি সমূহ উচ্ছেদ নকৰে বুলি ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে৷

অবৈধ মদ, লালিগুড়, ড্ৰাগছ আদি নিচা জাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনৰ ফলত বিভিন্ন অঞ্চলৰ পৰিবেশ প্ৰদূষিত হৈ পৰা পৰিলক্ষিত হৈছে৷ ইফালে চৰকাৰে নিচামুক্ত ভাৰত গঢ়াৰ সংকল্প গঢ়িলেও চৰকাৰ প্ৰশাসনৰ অমনোযোগীতাৰ সুযোগ লৈ এচাম ধুৰন্ধৰ ব্যৱসায়ীয়ে একাংশ নেতা মন্ত্ৰীৰ ছত্ৰছায়াত মদ, ভাং, ড্ৰাগছ আদিৰ ৰমৰমীয়া বেহা চলাই নিছে৷ এই সকলোবোৰ দেখিও মাথো নেদেখাৰ ভাও জুৰি আছে আবকাৰী বিভাগে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0