Home ৰাজ্যযিসময়ত শিক্ষকৰ অভাৱ আছিল সেই সময়ত ঠিকাভিত্তিক শিক্ষকে শৈক্ষিক চাহিদা পূৰণ কৰিলেঃআছু

যিসময়ত শিক্ষকৰ অভাৱ আছিল সেই সময়ত ঠিকাভিত্তিক শিক্ষকে শৈক্ষিক চাহিদা পূৰণ কৰিলেঃআছু

by News Desk
61 views
A+A-
Reset

newsnextone.com | বোকাজানঃ তদানীন্তন কংগ্ৰেছ চৰকাৰ তথা তেতিয়াৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি দিয়া ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ দাবী জনাই অহাৰ সময়তে সোমবাৰে বিশ্বনাথ জিলাত এটি বিশেষ অনুষ্ঠানত অংশ লবলৈ গৈ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা নহয় বুলি স্পষ্ট কৰে৷ তাৰ পিছতে বিভিন্ন মাধ্যম যোগে মন্ত্ৰীগৰাকী আৰু চৰকাৰক সমালোচনা কৰা পৰিলক্ষিত হৈছে বিভিন্ন জনে৷ সদৌ অসম ছাত্ৰ সন্থাও উভতি ধৰে চৰকাৰ তথা শিক্ষামন্ত্ৰীক৷

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে এয়া নিৰাশা জনক খবৰ আখ্যা দি চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ ওপৰতে ছাত্ৰ-ছাত্ৰী আৰু অসমৰ সমাজ খনৰ ভৱিষ্যত নিৰ্ভৰ কৰা বুলি কৈ সেই কাৰণে ছাত্ৰ সন্থাই চৰকাৰী, ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা আৰু মাতৃ ভাষা মাধ্যমৰ ব্যৱস্থাক শাক্তিশালী সৰ্বাংসুন্দৰ ৰূপত গঢ়ি তুলিবলৈ বহু দিনৰ পৰা দাবী জনাই আহিছোঁ বুলি কয়৷ তাৰ বিপৰীতে শিক্ষা ব্যৱস্থাৰ অন্যতম চালিকা শক্তি শিক্ষক-শিক্ষয়িত্ৰীৰ ভৱিষ্যতলৈ অনিশচয়তা আহিছে৷ ইয়ে সামগ্ৰীক ভাৱে শিক্ষা ব্যৱস্থাত বিৰূপ প্ৰভাৱ পেলাব বুলি কয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0