Home ৰাজ্যসাহিত্য অকাডেমীৰ সাহিত্য আলোচনী ‘ইণ্ডিয়ান লিটেৰেচাৰ’ত অসমৰ ছাত্ৰৰ পেইণ্টিং

সাহিত্য অকাডেমীৰ সাহিত্য আলোচনী ‘ইণ্ডিয়ান লিটেৰেচাৰ’ত অসমৰ ছাত্ৰৰ পেইণ্টিং

by News Desk
70 views
A+A-
Reset

newsnextone.com | নগাঁওঃ সুন্দৰ পেইণ্টিং কৰি এগৰাকী ছাত্ৰই ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ নগাঁও চহৰৰ অগ্ৰণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠৰ ছাত্ৰ সুৱাগমণি শইকীয়াৰ কেইবাখনো বিশেষ পেইণ্টিং সাহিত্য অকাডেমীৰ সাহিত্য আলোচনী ইণ্ডিয়ান লিটেৰেচাৰত ক’ভাৰ ফটো হিচাপে ৱ্যৱহাৰ কৰাৰ বাবে নিৰ্বাচিত হয়৷ ইতিমধ্যে ছপা হোৱা সাহিত্য অকাডেমীৰ সাহিত্য আলোচনী ইণ্ডিয়ান লিটেৰেচাৰত কভাৰ ফটো হিচাপে প্ৰকাশ পাইছে নগাঁৱৰ ছাত্ৰজনৰ পেইণ্টিং৷ যিটো খবৰে নগাঁও তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। 

উল্লেখ্য যে, নৱৰূপ জাতীয় বিদ্যাপীঠৰ ছাত্ৰ সুৱাগমণি শইকীয়াই সপ্তম-নৱম মানতে অঁকা দুখন পেইন্টিং ভাৰতৰ আগশাৰীৰ সাহিত্য আলোচনী ইণ্ডিয়ান লিটেৰেচাৰত ক’ভাৰ হিচাপে ব্যৱহাৰ হৈছে৷ ইমান কম বয়সতে এনে আগশাৰীৰ আলোচনীত ক’ভাৰ হিচাপে নিৰ্বাচন হোৱাত ৰাজ্য খনৰ বাবে নিশ্চয় গৌৰৱৰ বিষয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0