Home দেশপ্ৰদুষণ বিৰোধী নীতি নমনা বহুজাতিক কোম্পানীক ৰামদেবৰ সমৰ্থন, লগ দিলে আধ্যাত্মিক গুৰু বাসুদেৱে

প্ৰদুষণ বিৰোধী নীতি নমনা বহুজাতিক কোম্পানীক ৰামদেবৰ সমৰ্থন, লগ দিলে আধ্যাত্মিক গুৰু বাসুদেৱে

by News Desk
73 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ পৰিৱেশ সংৰক্ষণৰ নীতি নমনা বহুজাতিক কোম্পানীক যোগগুৰু ৰামদেৱে সমৰ্থন আগবঢ়োৱাৰ পিছতে এইবাৰ তেঁওৰ সমৰ্থনত ওলাই আহিছে আধ্যাত্মিক গুৰু জগ্গি বাসুদেৱ। পৰিৱেশ সংক্ৰান্ত নীতিৰ অনুপালন নকৰা হেতুকে তামিলনাডু প্ৰদুষণ নিয়ন্ত্ৰণ ব’ৰ্ডে বন্ধ কৰি দিয়া বেদান্ত কোম্পানীৰ ষ্টেৰলাইট কপাৰ খনিটোৰ পুনৰ খোলা কৰি দিয়াৰ বাবে সমৰ্থন আগবঢ়াইছে আধ্যাত্মিক গুৰুখ্যাত বাসুদেৱে। বাসুদেৱৰ মতে এনেদৰে বৃহৎ ব্যৱসায় বন্ধ হৈ থকাটো একপ্ৰকাৰ ‘অৰ্থনৈতিক আত্মহত্যা’। 

বুধবাৰে বাসুদেৱে তামিলনাডুৰ টিউটিক’ৰিনস্থিত খনিটোৰ প্ৰতি সমৰ্থন আগবঢ়াই কয় যে খনিটোৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিতন্ত্ৰজনিত সমস্যা আইনী উপায়েৰেও সমাধান কৰিব পাৰি। নিজদেশতে উৎপাদন কৰিবপৰা কপাৰ আন দেশৰ পৰা আমদানি কৰিবলগীয়া হোৱাটোক ‘অৰ্থনৈতিক আত্মহত্যা’ বুলি বাসুদেৱে টুইটাৰত উল্লেখ কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0