Home ৰাজ্যআহোমৰ ৰাজধানীৰ বাবে বিজেপিৰ ১৪ কোটি টকা, অগপৰ দখলত থকা আমগুৰিক পাহৰিলে বিজেপিয়ে

আহোমৰ ৰাজধানীৰ বাবে বিজেপিৰ ১৪ কোটি টকা, অগপৰ দখলত থকা আমগুৰিক পাহৰিলে বিজেপিয়ে

by News Desk
58 views
A+A-
Reset

newsnextone.com | গৌৰিসাগৰঃ বিজেপিৰ কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি আৰু ৰাজ্য চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি সম্পূৰ্ণ হোৱাত বুধবাৰে ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাত যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই এখন সংবাদ মেল অনুষ্ঠিত কৰি উন্নয়নৰ খতিয়ান দাঙি ধৰে৷ বিজেপিয়ে পূৰ্বৰ আস্থা লাহে লাহে হেৰুওৱাৰ ফলতেই বিভিন্ন অনুষ্ঠান যোগে পূৰ্বৰ আস্থা উভতাই আনিবৰ বাবে প্ৰতিদিনে বিভিন্ন সভা-সমিতি অনুষ্ঠিত কৰি আহিছে৷ 

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঐতিহাসিক শিৱসাগৰ জিলাত বিজেপিয়ে সংবাদ মেল অনুষ্ঠিত কৰি বিগত দিনত কৰা উন্নয়নৰ খতিয়ান দাঙি ধৰাৰ বিপৰীতে উন্নয়ন কৰাৰ বাবে পুঁজিহে ঘোষণা কৰে৷ তাৰ দ্বাৰা প্ৰমাণ হয় কেন্দ্ৰীয় চৰকাৰৰ ৪ বছৰ অসমৰ চৰকাৰৰ ২ বছৰৰ কাৰ্যকালত আহোমৰ ৰাজধানী শিৱসাগৰ জিলাত বিশেষ একো উন্নয়নমূলক কাম কৰিব পৰা নাই চৰকাৰে৷ আনহাতে বিভিন্ন সময়ত এই অভিযোগ উত্থাপন হৈ আহিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0