Home ৰাজ্যঅসম আন্দোলন মিছা আন্দোলন, ৮৫৫ৰ মিছাতে মৃত্যু হৈছে, সমুজ্জ্বলে NRCৰ নামত ব্যৱসায় কৰিছে

অসম আন্দোলন মিছা আন্দোলন, ৮৫৫ৰ মিছাতে মৃত্যু হৈছে, সমুজ্জ্বলে NRCৰ নামত ব্যৱসায় কৰিছে

by News Desk
96 views
A+A-
Reset

newsnextone.com | ওদালগুৰিঃ সদৌ ওদালগুৰি জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, বিটিচি অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু ওদালগুৰি জিলা হৰিজন সন্মিলনীৰ সহযোগত ওদালগুৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত বৃহস্পতিবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি ডি-ভোটাৰৰ সমস্যা সমাধান কৰাৰ দাবী জনায়৷ NRCত অনুসূচিত লোকসকলক অন্তৰ্ভুক্ত কৰা, ভূমিহীন অনুসূচিত লোকক চৰকাৰী ভূমি আৱণ্টন দিয়া আদিৰো দাবী উত্থাপন কৰে৷

শতাধিক লোকৰ উপস্থিতিত হাতে হাতে প্লে-কাৰ্ড লৈ হিন্দু বাংলাদেশীৰ নামত অনুসূচিত জাতিৰ লোকক হাৰাশাস্তি বন্ধ কৰক, ডি ভোটাৰৰ সমস্যা সমাধান কৰক, ট্ৰাইবেল বেল্ট-ব্লকৰ ভূমিত বসবাস কৰা অনুসূচিত লোকক ভূমিপট্টা প্ৰদান কৰক, বিটিচি চৰকাৰ হায় হায়, ৰাজ্য চৰকাৰ হায় হায় আদি শ্ল’গান প্ৰদান কৰে। প্ৰতিবাদী কাযসূচীত সহযোগ কৰিছিল ভাৰত মুক্তি মৰ্চা নামৰ এটি সংগঠনে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0