Home দেশৰাষ্ট্ৰপতি কোৱিন্দ আৰু পত্নীক পুৰীৰ জগন্নাথ মন্দিৰত সোমোৱাত বাধা, কৰিছিল ঠেলা-ঠেলি

ৰাষ্ট্ৰপতি কোৱিন্দ আৰু পত্নীক পুৰীৰ জগন্নাথ মন্দিৰত সোমোৱাত বাধা, কৰিছিল ঠেলা-ঠেলি

by News Desk
53 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ সময়ে সময়ে দেশৰ দৰিদ্ৰ, খাটিখোৱা দলিতে মন্দিৰত পূজা কৰিবলৈ গৈ অপমানিত হ’ব লগা হয়৷ বহু সময়ত মাৰধৰ খাব লগা হোৱাৰ লগতে সমাজৰ পৰা বহিস্কাৰ পৰ্যন্ত হ’ব লগা হয়৷

কিন্তু এই কাণ্ড সংঘটিত হৈছে দেশৰ ৰাষ্ট্ৰপতিৰ সৈতে৷ দেশৰ ৰাষ্ট্ৰপতিগৰাকী দলিত হোৱাৰ বাবেই সংঘটিত হৈছে এই অবাঞ্চিত ঘটনা৷ দেশৰ প্ৰথমগৰাকী নাগৰিক ৰাষ্ট্ৰপতি আৰু তেওঁৰ প্ৰত্নীক পুৰীৰ জগন্নাথ মন্দিৰত সোমোৱাত বাধা প্ৰদান কৰাই নহয় ঠেলা-ঠেলি কৰা হৈছিল৷ টাইমছ অৱ ইণ্ডিয়াই এই খবৰে প্ৰকাশ কৰাৰ পিছতে দেশত খলকনি লাগিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0