Home দেশমুখ্যমন্ত্ৰীৰ দৰবাৰত বদলিৰ বাবে কৰা আবেদনেই হৈ পৰিল কাল, বিধৱা মহিলাক গ্ৰেপ্তাৰ, চাকৰিৰ পৰা বৰ্খাস্ত

মুখ্যমন্ত্ৰীৰ দৰবাৰত বদলিৰ বাবে কৰা আবেদনেই হৈ পৰিল কাল, বিধৱা মহিলাক গ্ৰেপ্তাৰ, চাকৰিৰ পৰা বৰ্খাস্ত

by News Desk
52 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ এগৰাকী বিধৱা মহিলা তথা শিক্ষয়িত্ৰীক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বিজেপি শাসিত উত্তৰাখাণ্ডত৷ মুখ্যমন্ত্ৰীয়ে শ-শ লোকৰ সন্মুখতে অসহায় শিক্ষয়িত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়ে৷ জানিব পৰা মতে, বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ দেৰাদুনত ‘জনতা দৰবাৰ’ অনুষ্ঠিত কৰিছিল মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাতে৷ জনতা দৰবাৰত উপস্থিত হৈছিল এগৰাকী শিক্ষয়িত্ৰী৷ শিক্ষয়িত্ৰীগৰাকীয়ে জনতা দৰবাৰত উপস্থিত হৈ তেওঁক বদলি কৰাৰ বাবে আবেদন জনায়৷ এয়াই আছিল অসহায় মহিলাৰ অপৰাধ৷ লগে লগে শিক্ষয়িত্ৰীক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে৷ ইমানে নহয় চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়৷  

#WATCH Uttarakhand Chief Minister Trivendra Singh Rawat directs police to take a teacher into custody after she protested at ‘Janata Darbar’ over issue of her transfer. CM Rawat suspended the teacher and asked her to leave. (28.06.18) pic.twitter.com/alAdCY74QK

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0