Home ৰাজ্যনলবাৰীৰ চামতাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে একত্ৰিত হ’ল ৰাইজ

নলবাৰীৰ চামতাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে একত্ৰিত হ’ল ৰাইজ

by News Desk
53 views
A+A-
Reset

newsnextone.com | নলবাৰীঃ ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে৷ প্ৰতিদিনে ৰাইজ ৰাজ পথলৈ ওলাই আহিছে৷ জাতি ধ্বংসী বিধেয়কৰ বিৰুদ্ধে অসমৰ সৰ্বস্তৰৰ লোকে প্ৰতিবাদ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায় আহিছে৷

নলবাৰী জিলাতো অব্যাহত আছে প্ৰতিবাদ৷ বৃহস্পতিবাৰে নলবাৰী জিলাৰ চামতাত ৰাইজে সাহিত্য সভাৰ উদ্যোগত একত্ৰিত হৈ বিধেয়কৰ বিৰুদ্ধে মত পোষণ কৰে৷  চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত এখন ৰাইজ মেল অনুষ্ঠিত হয়৷ ৰাইজ মেলত উপস্থিত থকা লোকসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ লগতে অসমীয়াক সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ দাবী জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0