Home ৰাজ্যবানত সকলো হেৰুৱাই হোজাইত দৰিদ্ৰ কৃষকৰ আত্মহত্যা

বানত সকলো হেৰুৱাই হোজাইত দৰিদ্ৰ কৃষকৰ আত্মহত্যা

by News Desk
62 views
A+A-
Reset

newsnextone.com | মোৰাঝাৰঃ বানত ক্ষতিগ্ৰস্ত দৰিদ্ৰ কৃষকে আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে হোজাই জিলাত৷ হোজাই জিলাৰ মোৰাঝাৰৰ ডিমৰূপাৰৰ হিফজুৰ ৰহমান নামৰ কৃষক জনে বানত কৃষিভূমি হেৰুৱাই আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে৷ 

কিছু দিন পূৰ্বে হোজাই জিলাত মথাউৰি ছিঙি বানৰ কৱলত পৰি কৃষকগৰাকীয়ে কেইবা বিঘা কৃষি ভূমি বিনষ্ট হয়৷ খেতিপথাৰ পানীত ডুব গৈ সকলো হেৰুৱাই চিন্তাত দিন পাৰ কৰিছিল খেতিয়কজনে৷ হিফজুৰ ৰহমানৰ কেইবা বিঘা মাটি সম্পূৰ্ণৰূপে ডুব গৈ নষ্ট হৈছিল। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, বান পানীৰ পিছৰে পৰা মানসিক ভাৱে ভাগি পৰিছিল লোকজনে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0